মহানগৰীত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক

মহানগৰীত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক

-মহানগৰীত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক -মহিলাৰ বেগ কাঢ়ি পলায়ন কৰা অপৰাধীলৈ আৰক্ষীৰ গুলী -আহত অপৰাধীটোৰ নাম জুৱেল -গুলীবিদ্ধ জুৱেলক ভৰ্তি কৰোৱা হৈছে GMCHত -মহানগৰীৰ বনফুল নগৰত এগৰাকী মহিলাৰ বেগ লৈ উধাও হৈছিল চোৰটো -বেগ থপিয়াই নিয়া চোৰটোক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ -নিশা আৰক্ষীৰ জিম্মাৰ পলায়নৰ সময়তে

-মহানগৰীত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক

-মহিলাৰ বেগ কাঢ়ি পলায়ন কৰা অপৰাধীলৈ আৰক্ষীৰ গুলী

-আহত অপৰাধীটোৰ নাম জুৱেল

-গুলীবিদ্ধ জুৱেলক ভৰ্তি কৰোৱা হৈছে GMCHত

-মহানগৰীৰ বনফুল নগৰত এগৰাকী মহিলাৰ বেগ লৈ উধাও হৈছিল চোৰটো

-বেগ থপিয়াই নিয়া চোৰটোক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

-নিশা আৰক্ষীৰ জিম্মাৰ পলায়নৰ সময়তে আৰক্ষীয়ে চলালে গুলী

শেহতীয়া প্ৰৱন্ধসমূহ