শোকাৱহ; কন্যা থৈ উভতি অহাৰ সময়তেই ভয়ংকৰ পথ দুৰ্ঘটনা   

গোলাঘাটৰ মৰঙিৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শলমাৰি গাঁৱত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। AS 05 J 7888 নম্বৰৰ এখন I 20 বাহন আৰু AS 05 AC 4672 নম্বৰৰ বালি কঢ়িওৱা ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত ৬ জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। তাৰে তিনিজনৰ

গোলাঘাটৰ মৰঙিৰ 39 নং  ৰাষ্ট্ৰীয় ঘাইপথৰ  শলমাৰি গাঁৱত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। AS 05 J 7888 নম্বৰৰ এখন I 20 বাহন  আৰু  AS 05 AC 4672 নম্বৰৰ বালি কঢ়িওৱা  ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোত ৬ জনকৈ লোক গুৰুত্বৰভাৱে  আহত হয়। তাৰে   তিনিজনৰ  অৱস্থা  অতি সংকটজনক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে কমাৰগাঁৱত কন্যা থৈ উভতি আহি আছিল I 20 বাহন খন ।

আহত সকলক স্থানীয় লোকৰ সহায়ত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে।  

শেহতীয়া প্ৰৱন্ধসমূহ