উমৰাংছু ট্ৰেজেডি;  উদ্ধাৰ তৃতীয়টো মৃতদেহ

উমৰাংছ’ৰ কয়লা খনিৰ পৰা পুনৰ আহিছে বেয়া খবৰ। উমৰাংছ’ৰ কয়লা খনিত উদ্ধাৰ তৃতীয়টো মৃতদেহ। ভাৰতীয় সেনাৰ ডুবাৰু দলে উদ্ধাৰ কৰে মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো এই পৰ্যন্ত হোৱা নাই চিনাক্ত। পুৱাৰ ভাগত উদ্ধাৰ হৈছিল আন এটা মৃতদেহ। এই পৰ্যন্ত কয়লাখনিৰ পৰা উদ্ধাৰ হৈছে ৩টা মৃতদেহ। ৬

উমৰাংছ’ৰ কয়লা খনিৰ পৰা পুনৰ আহিছে বেয়া খবৰ। উমৰাংছ’ৰ কয়লা খনিত উদ্ধাৰ তৃতীয়টো মৃতদেহ। ভাৰতীয় সেনাৰ ডুবাৰু দলে উদ্ধাৰ কৰে মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো এই পৰ্যন্ত হোৱা নাই চিনাক্ত।

পুৱাৰ ভাগত উদ্ধাৰ হৈছিল আন এটা মৃতদেহ। এই পৰ্যন্ত কয়লাখনিৰ পৰা উদ্ধাৰ হৈছে ৩টা মৃতদেহ। ৬ টা দিনে উদ্ধাৰকাৰী দলে চলাই আছে অভিযান। পানীৰ বাবে অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখিন হৈছে উদ্ধাৰকাৰী দলসমূহ।

শেহতীয়া প্ৰৱন্ধসমূহ