চাঞ্চল্যকৰ; হানি-খুচি হত্যা কৰি পেলাই থৈ গ’ল বিজেপি নেতাক

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। বিজেপিৰ পাণ্ডু মণ্ডল সভাপতি কমল দে’ক হত্যা দুৰ্বৃত্তই। জানিব পৰা মতে নিশা স্কুটীৰে ঘৰলৈ গৈ থকাৰ সময়তেই কোনো দুৰ্বৃত্তই হানি-খুচি হত্যা কৰি পেলাই থৈ যায় কমল দে’ক। পুৱা পাণ্ডুৰ শংকৰ নগৰৰ বিবিচি কলনীত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। বৰ্তমান স্বাগত হাস্পতালত

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। বিজেপিৰ পাণ্ডু মণ্ডল সভাপতি কমল দে’ক হত্যা দুৰ্বৃত্তই। জানিব পৰা মতে নিশা স্কুটীৰে ঘৰলৈ গৈ থকাৰ সময়তেই কোনো দুৰ্বৃত্তই হানি-খুচি হত্যা কৰি পেলাই থৈ যায় কমল দে’ক।

পুৱা পাণ্ডুৰ শংকৰ নগৰৰ বিবিচি কলনীত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। বৰ্তমান স্বাগত হাস্পতালত ৰখা হৈছে কমল দে’ৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি মহানগৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে।

কোনো কি কাৰণত বিজেপি নেতা গৰাকীক হত্যা কৰিলে সেই কথা জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে।

শেহতীয়া প্ৰৱন্ধসমূহ