ডিব্ৰুগড়ৰ আৰক্ষী চাউনিত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুলীবিদ্ধ হৈ মৃত্যু কনিষ্টবল মাধৱ চুতীয়া। জানিব পৰা মতে নিজৰ এ কে ৪৭ ছাৰ্ভিচ ৰিভলভাৰটো পৰিস্কাৰ কৰি থকাৰ সময়তে গুলীবিদ্ধ হয় মাধৱ চুতীয়া।
বন্দুকৰ গুলি আহি বুকুত লাগে মাধৱ চুতীয়াৰ । ফলত থিতাতে নিহত হয় জোৱানগৰাকী। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষৰ পি এছ অ হিচাপে কৰ্মৰত আছিল চুতিয়া ।