অসম আৰক্ষীৰ সফলতা ;  জইছ -ই- মহম্মদৰে জড়িত ৮ জেহাদীক আটক

ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে জইছ -ই- মহম্মদৰ দুৰ্ধৰ্ষ সদস্যক। ধুবুৰী আৰু কোকৰাঝাৰ জিলাত STF ৰে চলাইছিল অভিযান। সেই অভিযানতে জইছ -ই- মহম্মদৰ ৮ দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ সদস্যকেইটা নুৰ ইছলাম,মুজিবৰ ৰহমান, হামিদুৰ ইছলাম, এনামুল হক আৰু আব্দুল

ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে জইছ -ই- মহম্মদৰ দুৰ্ধৰ্ষ সদস্যক। ধুবুৰী আৰু কোকৰাঝাৰ জিলাত STF ৰে চলাইছিল অভিযান।

সেই অভিযানতে জইছ -ই- মহম্মদৰ ৮ দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ সদস্যকেইটা নুৰ ইছলাম,মুজিবৰ ৰহমান, হামিদুৰ ইছলাম, এনামুল হক আৰু আব্দুল কৰিম।

কোকৰাঝাৰ জিলাৰ জয়পুৰৰ নামাপাৰাত পৰা চাৰিজন আৰু ধুবুৰী জিলাৰ পৰা চাৰিজন আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষী।

দীৰ্ঘদিন ধৰি বিভিন্ন কাম-কাজ চলাই আহিছিল সদস্যকেইটাই । বৰ্তমান ধৃত সদস্যকেইটাক জেৰা অব্যাহত ৰাখিছে STFয়ে।

শেহতীয়া প্ৰৱন্ধসমূহ