দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনঃ ডাঙৰ মন্তব্য মন্ত্ৰী ৰণজিৎ দাসৰ

-পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ’ল ডাঙৰ খবৰ -ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন -জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত জাৰি হ’ব পাৰে নিৰ্বাচনী অধিসূচনা -২৮ ডিচেম্বৰত প্ৰকাশ পাব পূৰ্ণাঙ্গ ভোটাৰ তালিকা -প্ৰথম পৰ্যায়ত উজনি অসম আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন

-পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ’ল ডাঙৰ খবৰ

-ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

-জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত জাৰি হ’ব পাৰে নিৰ্বাচনী অধিসূচনা

-২৮ ডিচেম্বৰত প্ৰকাশ পাব পূৰ্ণাঙ্গ ভোটাৰ তালিকা

-প্ৰথম পৰ্যায়ত উজনি অসম আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক আৰ্জী

-শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনক লৈ নিৰ্বাচন আয়োগৰ ওচৰত এই আবেদন

-পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ

শেহতীয়া প্ৰৱন্ধসমূহ