শোকাৱহ; যাত্ৰীবাহী বাছৰ খুন্দাত নিহত মহিলা

বকোৰ আগছিয়াত শোকাৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আল্ট্ৰা বাছৰ সৈতে স্কুটিৰ সংঘৰ্ষ। দুৰ্ঘটনাটোৰ ফলত স্কুটি আৰোহী এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। নিহত মহিলাগৰাকী কৃষ্ণা ৰাভা আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক সুনিতা ৰাভা বুলি জানিব পৰা গৈছে। দুয়োগৰাকী মহিলাৰে ঘৰ বকোৰ

বকোৰ আগছিয়াত শোকাৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আল্ট্ৰা বাছৰ সৈতে স্কুটিৰ সংঘৰ্ষ। দুৰ্ঘটনাটোৰ ফলত স্কুটি আৰোহী এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।

নিহত মহিলাগৰাকী কৃষ্ণা ৰাভা আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক সুনিতা ৰাভা বুলি জানিব পৰা গৈছে। দুয়োগৰাকী মহিলাৰে ঘৰ বকোৰ খাটলপাৰাত।

জানিব পৰা ভুল দিশত আহি বাছখনে দুৰ্ঘটনা সংঘটিত কৰে। দুৰ্ঘটনাটোৰ পিছত ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত মহিলা গৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ