শাহুৰ সৈতে মহা কুম্ভত উপস্থিত কেটৰিনা কাঈফ; ললে বাবাৰ আশীৰ্বাদ

প্ৰয়াৰাজত চলি থকা মহা কুম্ভ ২০২৫ ত অংশগ্ৰহণ কৰিবলৈ এইবাৰ উপস্থিত হৈছে কেটৰিনা কাইফ।মহা কুম্ভৰ অভিনেত্ৰীগৰাকীৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে। অভিনেত্ৰীগৰাকীক তেওঁৰ শাহুৱেকৰ সৈতে পাৰমৰ্থ নিকেতনত দেখা গৈছিল য’ত তেওঁ আধ্যাত্মিক গুৰুসকলৰ পৰা আশীৰ্বাদ বিচাৰিছিল। ভ্ৰমণৰ সময়ত অভিনেত্ৰীগৰাকীয়ে এজোৰ পাতল গুলপীয়া ৰঙৰ চেলৱাৰ চুট

প্ৰয়াৰাজত চলি থকা মহা কুম্ভ ২০২৫ ত অংশগ্ৰহণ কৰিবলৈ এইবাৰ উপস্থিত হৈছে কেটৰিনা কাইফ।মহা কুম্ভৰ অভিনেত্ৰীগৰাকীৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে।

অভিনেত্ৰীগৰাকীক তেওঁৰ শাহুৱেকৰ সৈতে পাৰমৰ্থ নিকেতনত দেখা গৈছিল য’ত তেওঁ আধ্যাত্মিক গুৰুসকলৰ পৰা আশীৰ্বাদ বিচাৰিছিল।

ভ্ৰমণৰ সময়ত অভিনেত্ৰীগৰাকীয়ে এজোৰ পাতল গুলপীয়া ৰঙৰ চেলৱাৰ চুট পিন্ধিছিল। হিন্দী পৰম্পৰা গ্ৰহণ কৰি কপালত ফোট আৰু শিৰত সেন্দুৰ লৈছিল।

শেহতীয়া প্ৰৱন্ধসমূহ