ছলমান খানৰ শত্ৰু কোন? পুনৰ বলীউডৰ ভাইজানক ঘৰত প্ৰৱেশ কৰি হত্যাৰ ভাবুকি

বলীউডৰ অভিনেতা ছলমান খানে পুনৰবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে।মুম্বাইৰ ৱৰ্লিত পৰিবহণ বিভাগৰ হোৱাটছএপ নম্বৰত অভিনেতাজনক ঘৰতে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল । ইতিমধ্যে অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।মুম্বাইৰ ৱৰ্লি পৰিবহণ বিভাগৰ হোৱাটছএপ নম্বৰত এই ভাবুকি দিয়া হৈছে। বৰ্তমান কোনে এই ভাবুকি দিছে সেয়া

বলীউডৰ অভিনেতা ছলমান খানে পুনৰবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে।মুম্বাইৰ ৱৰ্লিত পৰিবহণ বিভাগৰ হোৱাটছএপ নম্বৰত অভিনেতাজনক ঘৰতে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল ।

ইতিমধ্যে অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।মুম্বাইৰ ৱৰ্লি পৰিবহণ বিভাগৰ হোৱাটছএপ নম্বৰত এই ভাবুকি দিয়া হৈছে।

বৰ্তমান কোনে এই ভাবুকি দিছে সেয়া জানিব পৰা হোৱা নাই।উল্লেখ্য যে ইয়াৰ পূৰ্বে ছলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনা হৈছিল।