অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল বিতৰ্কিত শিখা শৰ্মাক।
অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল শিখা শৰ্মাক। গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰৰ পিছতেই আৰক্ষীৰ এক্সন আৰম্ভ। জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে শিখা শৰ্মাই সামাজিক মাধ্যমত দিছিল এটা বিতৰ্কিত পোষ্ট।
শিখা শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই গৰিমা শইকীয়া গাৰ্গে অসম আৰক্ষীক দিলে ধন্যবাদ ।
লগতে পঢ়ক: ‘শিখা শৰ্মা মানসিক ৰোগী বুলি ভাৱি আওকাণ কৰি আছিলো’; গৰিমা শইকীয়া গাৰ্গ









