১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ শেখৰ-অমৃতপ্ৰভাক

১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ শেখৰ-অমৃতপ্ৰভাক; আৰম্ভ জে’ল যাত্ৰা

১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ শেখৰ-অমৃতপ্ৰভাক ১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ কৰা হ’ল জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। ইতিমধ্যে CJM আদালতত হাজিৰ কৰোৱাৰ পিছত কাৰাগাৰলৈ লৈ যোৱা হৈছে। কিন্তু দুয়োকে কোন জিলাৰ কাৰাগাৰত ৰখা হ’ব সেই কথা জানিব পৰা হোৱা

১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ শেখৰ-অমৃতপ্ৰভাক

১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ কৰা হ’ল জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। ইতিমধ্যে CJM আদালতত হাজিৰ কৰোৱাৰ পিছত কাৰাগাৰলৈ লৈ যোৱা হৈছে।

কিন্তু দুয়োকে কোন জিলাৰ কাৰাগাৰত ৰখা হ’ব সেই কথা জানিব পৰা হোৱা নাই।এই দুই অভিযুক্ত কোন কাৰাগাৰলৈ নিয়া হ’ব তাক লৈ চৰ্চা চলিছে।

কটকটীয়া নিৰপত্তা বেষ্টনীৰ মাজৰে জেললৈ লৈ যোৱা হৈছে দুয়োকে।আজিৰে পৰা জে’লৰ ভাত খাব লাগিব শেখৰ-অমৃতপ্ৰভাই।

লগতে পঢ়ক: সেউজ সংকেতঃ ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল