ৰাছিয়া

ইউক্ৰেইনত ৰাছিয়াৰ বিমান আক্ৰমণ; ৫৯৫খন ড্ৰোন আৰু ৪৮টা মিছাইল নিক্ষেপ

ইউক্ৰেইনত ৰাছিয়াৰ বিমান আক্ৰমণ দেওবাৰে ৰাছিয়াই ড্ৰোন আৰু মিছাইল ব্যৱহাৰ কৰি ইউক্ৰেইনত এক ভয়ংকৰ আক্ৰমণ চলায়। এই আক্ৰমণত কমেও চাৰিজন লোকৰ মৃত্যু হয়। ৰাজধানী কিয়ভক লক্ষ্য কৰি এই আক্ৰমণ চলাইছিল।উল্লেখে যে যোৱা মাহত কিয়ভত সংঘটিত বিমান আক্ৰমণৰত ২১ জন লোকৰ মৃত্যু হোৱাৰ পিছত এইটোৱে প্ৰথম

ইউক্ৰেইনত ৰাছিয়াৰ বিমান আক্ৰমণ

দেওবাৰে ৰাছিয়াই ড্ৰোন আৰু মিছাইল ব্যৱহাৰ কৰি ইউক্ৰেইনত এক ভয়ংকৰ আক্ৰমণ চলায়। এই আক্ৰমণত কমেও চাৰিজন লোকৰ মৃত্যু হয়।

ৰাজধানী কিয়ভক লক্ষ্য কৰি এই আক্ৰমণ চলাইছিল।উল্লেখে যে যোৱা মাহত কিয়ভত সংঘটিত বিমান আক্ৰমণৰত ২১ জন লোকৰ মৃত্যু হোৱাৰ পিছত এইটোৱে প্ৰথম বৃহৎ আক্ৰমণ।

চহৰখনৰ আৱাসিক এলেকাত লক্ষ্য কৰি লোৱা এই আক্ৰমণত দহজন লোক আহত হয়।

লগতে পঢ়ক: ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে; জনালে ৰুছ বিদেশ মন্ত্ৰীয়ে