নয়ডাৰ কেইবাখনো বিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; হাহাকাৰ পৰিৱেশ...

এটা মেইল আৰু নয়ডাৰ দুখনকৈ বিদ্যালয়ত হাহাকাৰ…

নয়ডাৰ দুখনকৈ বিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছে। তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আজি পুৱা নয়ডাৰ দুখনকৈ বিদ্যালয়ত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি থকা ইমেইল লাভ কৰে। সেই খবৰ পোৱাৰ পিছতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পিছত নয়ডা পুলিচ বিদ্যালয় দুখনত উপস্থিত হয়।আৰক্ষীৰ দলটো

নয়ডাৰ দুখনকৈ বিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছে। তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

আজি পুৱা নয়ডাৰ দুখনকৈ বিদ্যালয়ত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি থকা  ইমেইল লাভ কৰে। সেই খবৰ পোৱাৰ পিছতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।

ইয়াৰ পিছত নয়ডা পুলিচ বিদ্যালয় দুখনত উপস্থিত হয়।আৰক্ষীৰ দলটো বিদ্যালয়ত উপস্থিত হৈ অভিযান চলাই আছে।

ইফালে বিদ্যালয় দুখনে এই ভাবুকি লাভ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলক ঘৰলৈ পঠোৱাৰ সিদ্ধান্ত লয়।অভিভাৱক সকলে বিদ্যালয়ৰ পৰা বাৰ্তা পোৱাৰ পিছতে তেওঁলোকৰ মাজতো হাহাকাৰ সৃষ্টি হৈছে। বৰ্তমান দুয়োখন বিদ্যালয়তে আতংকময় পৰিৱেশে বিৰাজ কৰিছে।

লগতে পঢ়ক: বাজেট অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ

শেহতীয়া প্ৰৱন্ধসমূহ