যোৰাবাটত পথ নে নদী চিনি পোৱাই এতিয়া অসম্ভৱ
-ভয়ংকৰ কৃত্ৰিম বানৰ কবলত যোৰাবাট
–যোৰাবাটত সৃষ্টি ভয়ংকৰ আৰু সংকটজনক পৰিস্থিতি
-পাহাৰীয়া পানীৰ সোঁতে বুৰাই পেলালে ৬ আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ
-যোৰাবাটত পথ নে নদী চিনি পোৱাই এতিয়া অসম্ভৱ
-ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এতিয়া বিৰাজ কৰিছে সাগৰসদৃশ ভয়ংকৰ পৰিৱেশ
-পানীৰ সংহাৰী ৰূপৰ বাবে অসম-মেঘালয়ৰ যাতায়াত সম্পূৰ্ণ স্তব্ধ

-পাহাৰীয়া পানীৰ কোবাল সোঁতে জনসাধাৰণৰ মাজলৈ আনিছে চৰম আতংক
-যোৰাবাটৰ ঘাইপথৰ ওপৰত এতিয়া হৈ পৰিছে এবুকু পৰ্যন্ত পানী
-ঘাইপথত যান-বাহন চলাচল বন্ধ, খোজ কাঢ়িও পাৰ হোৱাৰ উপায় নাই
-কৃত্ৰিম বানৰ কোবাল পানীৰ মাজত আৱদ্ধ শ-শ সৰু-বৰ বাহন
-কেইবা কিলোমিটাৰ জুৰি তীব্ৰ যান-জঁট
-আৱদ্ধ যাত্ৰীৰ মাজত হাহাকাৰ
-পাহাৰৰ পৰা অহৰহ নামি অহা পানীৰ ঢলে পৰিস্থিতি কৰিছে অধিক ভয়াৱহ
-এই মুহূৰ্তত ভুলতেও যোৰাবাটৰ দিশে যাত্ৰা নকৰিব
-অতি জৰুৰী কাম নাথাকিলে ঘৰতে থাকক, নিজক সুৰক্ষিত ৰাখক
লগতে পঢ়ক : ১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা









