গুৱাহাটীত প্ৰথমবাৰলৈ টেষ্ট মেচ; উপস্থিত টীম ইণ্ডিয়া

গুৱাহাটীত প্ৰথমবাৰলৈ টেষ্ট মেচ; উপস্থিত টীম ইণ্ডিয়া

গুৱাহাটীত প্ৰথমবাৰলৈ টেষ্ট মেচ বুধবাৰে গুৱাহাটীত উপস্থিত হয় টীম ইণ্ডিয়া। বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয় টীমটোক।২২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত অৱত্তীৰ্ণ হ’ব ঘৰুৱা দলটো। টীম ইণ্ডিয়াৰ লগতে গুৱাহাটীত দক্ষিণ আফ্ৰিকাৰ দলটোও উপস্থিত হয়। আজি বিশেষ বিমানযোগে উপস্থিত হয় টীম ইণ্ডিয়াৰ অধিনায়ক

গুৱাহাটীত প্ৰথমবাৰলৈ টেষ্ট মেচ

বুধবাৰে গুৱাহাটীত উপস্থিত হয় টীম ইণ্ডিয়া। বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয় টীমটোক।২২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত অৱত্তীৰ্ণ হ’ব ঘৰুৱা দলটো।

টীম ইণ্ডিয়াৰ লগতে গুৱাহাটীত দক্ষিণ আফ্ৰিকাৰ দলটোও উপস্থিত হয়। আজি বিশেষ বিমানযোগে উপস্থিত হয় টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীলসহ তাৰকা খেলুৱৈসকল।

বিমানবন্দৰত জাদেজা, গীলক চাবলৈ অনুৰাগীয়ে ভীৰ কৰা দেখিবলৈ পোৱা গৈছে।উল্লেখ্য যে, ২২ নৱেম্বৰৰ পৰা গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব টেষ্ট মেচ।

লগতে পঢ়ক: গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ… কিন্তু দ্বিতীয় টেষ্টত অংশগ্ৰহণত অনিশ্চয়তা