‘শেষটোক স্বীকাৰ কৰক…’; অৰ্জুন কাপুৰৰ চাঞ্চল্যকৰ পোষ্ট

‘শেষটোক স্বীকাৰ কৰক…’; অৰ্জুন কাপুৰৰ চাঞ্চল্যকৰ পোষ্ট

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ শেহতীয়া এটা পোষ্ট ভাইৰেল হৈ পৰিছে। য’ত তেওঁ শেষৰ কথা কৈছে। আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ।শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত এটা চাঞ্চল্যকৰ পোষ্ট কৰিছিল।এই পোষ্টটোৰ পিছৰে পৰা তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।অৰ্জুনে এই পোষ্টটোত শেষৰ বিষয়ে আলোচনা কৰিছিল।

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ শেহতীয়া এটা পোষ্ট ভাইৰেল হৈ পৰিছে। য’ত তেওঁ শেষৰ কথা কৈছে।

আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ।শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত এটা চাঞ্চল্যকৰ পোষ্ট কৰিছিল।এই পোষ্টটোৰ পিছৰে পৰা তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।অৰ্জুনে এই পোষ্টটোত শেষৰ বিষয়ে আলোচনা কৰিছিল।

অৰ্জুনে ইনষ্টাগ্ৰাম ষ্টৰিত লিখিছে, ‘শেষটোক স্বীকাৰ কৰক। লাগিলে আপুনি যেনেদৰে ভাবিছিল তেনেকুৱা শেষটো নহওকেই কিয়।

অৰ্জুনৰ এই পোষ্টটো পিছতেই অনুৰাগীসকল চিন্তিত হৈ পৰিছে। দৰাচলতে শেহতিয়াকৈ  অৰ্জুন কাপুৰক সামাজিক মাধ্যমত ট্ৰ’ল কৰা দেখিবলৈ পোৱা গৈছে।কিন্তু মাতৃৰ জন্ম বাৰ্ষিকীত অৰ্জুনে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছিল।য’ত তেওঁ লিখিছিল যে, তোমাৰ জন্মদিনত বহুত মিছ কৰিছো। জীৱনটো বৰ নিষ্ঠুৰ হৈ পৰিছে, কিন্তু প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ মই সাজু।এই পোষ্টটোৰ পিছৰে পৰা সামাজিক মাধ্যমক তেওঁক ট্ৰ’লিং কৰা কমাই দিছে। এতিয়া তেওঁৰ এই পোষ্টটোক লৈ সকলো চিন্তিত হৈ পৰিছে।

শেহতীয়া প্ৰৱন্ধসমূহ