বিশ্বত পুনৰ যুদ্ধৰ উকমুকনি;ভেনিজুৱেলাক আক্ৰমণ আমেৰিকাৰ

বিশ্বত পুনৰ যুদ্ধৰ উকমুকনি;ভেনিজুৱেলাক আক্ৰমণ আমেৰিকাৰ

এইবাৰ ভেনিজুৱেলাত আক্ৰমণ কৰিছে আমেৰিকাই। বোমা বিস্ফোৰণে কঁপাইছে ৰাজধানী কাৰাকাছ। পুনৰ আৰম্ভ হৈছে যুদ্ধ।এইবাৰ ভেনিজুৱেলাত আক্ৰমণ কৰিছে আমেৰিকাই। ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত কমেও ৭টা বিস্ফোৰণ আৰু যুজাঁৰু বিমানৰ শব্দ শুনিবলৈ পোৱা গৈছে। ভেনিজুৱেলাৰ ইছলা মাৰ্গাৰিটা দ্বীপত আমেৰিকাৰ বায়ুসেনাই বোমা বিস্ফোৰণ কৰিছে, য’ত সেনাবাহিনীৰ শীৰ্ষ ঘাটি আছে।

এইবাৰ ভেনিজুৱেলাত আক্ৰমণ কৰিছে আমেৰিকাই। বোমা বিস্ফোৰণে কঁপাইছে ৰাজধানী কাৰাকাছ।

পুনৰ আৰম্ভ হৈছে যুদ্ধ।এইবাৰ ভেনিজুৱেলাত আক্ৰমণ কৰিছে আমেৰিকাই। ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত কমেও ৭টা বিস্ফোৰণ আৰু যুজাঁৰু বিমানৰ শব্দ শুনিবলৈ পোৱা গৈছে।

ভেনিজুৱেলাৰ ইছলা মাৰ্গাৰিটা দ্বীপত আমেৰিকাৰ বায়ুসেনাই বোমা বিস্ফোৰণ কৰিছে, য’ত সেনাবাহিনীৰ শীৰ্ষ ঘাটি আছে।

ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সেই কথা সকীয়াই দিছিল যে,অনাগত দিনত আমেৰিকাৰ সেনাই ভেনিজুৱেলাৰ ভিতৰত স্থলপথ আক্ৰমণ চলাব পাৰে।

অৱশ্যে ভেনিজুৱেলা চৰকাৰে এতিয়াও কোনো সঁহাৰি দিয়া নাই।ৰাজধানী কাৰাকাছত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত বিভিন্ন অঞ্চলৰ লোক ৰাজপথলৈ ওলাই আহে।

কিছুমান লোকে কাৰাকাছ এৰিও গৈছে। এনে সময়তে আমেৰিকাৰ সেনাই শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰী নাওকো লক্ষ্য কৰি লৈছে।

দক্ষিণ আমেৰিকাৰ দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোই বৃহস্পতিবাৰে সম্প্ৰচাৰিত পূৰ্ব ৰেকৰ্ডিং সাক্ষাৎকাৰত কয় যে, আমেৰিকাই ভেনিজুৱেলাৰ চৰকাৰ সলনি কৰিব বিচাৰিছে।আমেৰিকাই তেওঁলোকৰ বিশাল তেলৰ মজুতৰ সুবিধাও লাভ কৰিব বিচাৰে।

লগতে পঢ়ক: ইৰাণত ক্ষুদ্ধ জনসাধাৰণ,চৌদিশে হিংসাত্মক প্ৰতিবাদ; ৭ জনৰ মৃত্যু

শেহতীয়া প্ৰৱন্ধসমূহ