ৰাজ্যৰ এইখন জিলাৰ ১০ জানুৱাৰীলৈকে বন্ধ থাকিব চৰকাৰী বে-চৰকাৰী বিদ্যালয়

ৰাজ্যৰ এইখন জিলাৰ ১০ জানুৱাৰীলৈকে বন্ধ থাকিব চৰকাৰী বে-চৰকাৰী বিদ্যালয়

নলবাৰী শিক্ষা বিভাগৰ ঘোষণা। ৬ তাৰিখৰ পৰা ১০ তাৰিখলৈ সকলো বিদ্যালয় বন্ধ ঘোষণা ৰাজ্যৰ আন আন জিলাৰ দৰে এইবাৰ নলবাৰী শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।৬ তাৰিখৰ পৰা ১০ তাৰিখলৈ জিলাখনৰ সকলো বিদ্যালয় বন্ধ ঘোষণা।বন্ধ থাকিব নলবাৰীৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়। প্ৰচণ্ড শীতৰ বাবে নলবাৰী শিক্ষা

নলবাৰী শিক্ষা বিভাগৰ ঘোষণা। ৬ তাৰিখৰ পৰা ১০ তাৰিখলৈ সকলো বিদ্যালয় বন্ধ ঘোষণা

ৰাজ্যৰ আন আন জিলাৰ দৰে এইবাৰ নলবাৰী শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।৬ তাৰিখৰ পৰা ১০ তাৰিখলৈ জিলাখনৰ সকলো বিদ্যালয় বন্ধ ঘোষণা।বন্ধ থাকিব নলবাৰীৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়।

প্ৰচণ্ড শীতৰ বাবে নলবাৰী শিক্ষা বিভাগে লৈছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো বিদ্যালয় বন্ধ ঘোষণা নলবাৰী শিক্ষা বিভাগৰ।

লগতে পঢ়ক: পৰীক্ষা পে চৰ্চা ২০২৬ৰ বাবে ৩ কোটিৰো অধিক পঞ্জীয়ন;গঢ়িলে নতুন অভিলেখ

শেহতীয়া প্ৰৱন্ধসমূহ