দিনৰ ২ বজাত  মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

দিনৰ ২ বজাত  মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক -দিনৰ ২ বজাত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক -বন্যাৰ্তৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে -সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব চৰকাৰে -জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক -ছ’চিয়েল মিডিয়াত সম্প্ৰচাৰিত হ’ব উচ্চস্তৰীয় বৈঠক -সাম্প্ৰতিক বান পৰিস্থিতি পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে -ভিডিঅ’ কনফাৰেঞ্চত উপস্থিত থাকিব জিলা আয়ুক্ত

জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

-দিনৰ ২ বজাত  মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

-বন্যাৰ্তৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে

-সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব চৰকাৰে

-জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

-ছ’চিয়েল মিডিয়াত সম্প্ৰচাৰিত হ’ব উচ্চস্তৰীয় বৈঠক

-সাম্প্ৰতিক বান পৰিস্থিতি পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে

-ভিডিঅ’ কনফাৰেঞ্চত উপস্থিত থাকিব জিলা আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল

-ছ’চিয়েল মিডিয়াযোগে গুৰুত্বপূৰ্ণ বৈঠকৰ তথ্য প্ৰকাশ

-ফে’চবুক আৰু এক্স হেণ্ডেলত পোনপটীয়া সম্প্ৰচাৰ

-জটিল বান পৰিস্থিতিৰ মুখামুখি হ’বলৈ চৰকাৰৰ বিশেষ তৎপৰতা

লগতে পঢ়ক : বান বিভীষিকাঃ ৪৭ লৈ বৃদ্ধি মৃতকৰ সংখ্যা, ৬.৫৩ লাখ লোক প্ৰভাৱিত