লোক নিৰ্মাণ বিভাগৰ ভূমিত চলিল তীব্ৰ উচ্ছেদ
-কলগাছিয়াত প্ৰশাসনৰ আটাইতকৈ ডাঙৰ পদক্ষেপ
-উচ্ছেদত কঁপি উঠিল কলগাছিয়া বজাৰ
-চাৰিওফালে কেৱল ইট-পাথৰৰ ধ্বংসাৱশেষ আৰু কান্দোন
-লোক নিৰ্মাণ বিভাগৰ ভূমিত চলিল তীব্ৰ উচ্ছেদ
-বিশাল আৰক্ষী বাহিনীৰ উপস্থিতিত ধূলিসাৎ ৪৪ খন দোকান
-দীৰ্ঘদিন ধৰি মুক্ত নাছিল কলগাছিয়া চাৰিআলিৰ পথ
-অগ্নিনিৰ্বাপক গাড়ী পথত আবদ্ধ হোৱাৰ পাছতেই কঠোৰ প্ৰশাসন
-৩ জুনৰ জাননীৰ পাছতো পথ খালী নকৰাত ল’লে চৰম সিদ্ধান্ত
-সমগ্ৰ অঞ্চলটোত পুনৰ উচ্ছেদৰ স্পষ্ট সকীয়নি
-চকুৰ পচাৰতে জীৱিকা হেৰুৱাই কান্দোনত ভাঙি পৰিল দোকানীসকল
-ক্ষোভ প্ৰকাশ কৰি বিকল্প পুনৰসংস্থাপনৰ জৰুৰী দাবী
লগতে পঢ়ক : বান বিভীষিকাঃ ৪৭ লৈ বৃদ্ধি মৃতকৰ সংখ্যা, ৬.৫৩ লাখ লোক প্ৰভাৱিত









