ভাৰতলৈ আহিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰুবিঅ’ৰ ঘোষণা

ভাৰতলৈ আহিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; আমেৰিকাৰ বৈদেশিক মন্ত্ৰী ৰুবিঅ’ৰ ঘোষণা

আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ঘোষণা কৰিছে যে অহা বছৰৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰিব পাৰে । ভাৰত আৰু আমেৰিকাৰ মাজৰ কৌশলগত আৰু বাণিজ্যিক সম্পৰ্কই এটা নতুন সোণালী যুগৰ দিশত অগ্ৰসৰ হৈছে।অহা বছৰৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰিব পাৰে

আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ঘোষণা কৰিছে যে অহা বছৰৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰিব পাৰে ।

ভাৰত আৰু আমেৰিকাৰ মাজৰ কৌশলগত আৰু বাণিজ্যিক সম্পৰ্কই এটা নতুন সোণালী যুগৰ দিশত অগ্ৰসৰ হৈছে।অহা বছৰৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰিব পাৰে বুলি ইংগিত দিছে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই।

ৰুবিঅ’ৰ এই বক্তব্যৰ পিছতে ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সম্ভাৱনীয়তা সন্দৰ্ভত জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই এক ডাঙৰ ঘোষণা কৰি কৈছে যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহা বছৰৰ আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিব।

ৰুবিঅ’ই স্পষ্ট কৰি দিছে যে তেওঁ নিজে এই ঐতিহাসিক ভিভিআইপি ভ্ৰমণৰ প্ৰস্তুতি চূড়ান্ত কৰিবলৈ আৰু দুয়োখন দেশৰ মাজত বহু প্ৰতীক্ষিত বাণিজ্য চুক্তিখন (ট্ৰেড ডিল) শীঘ্ৰে সম্পন্ন কৰিবলৈ ভাৰতলৈ আহি আছে।

লগতে পঢ়ক: ভংগ যুদ্ধ বিৰতি; ইৰাণৰ মিছাইলৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ

শেহতীয়া প্ৰৱন্ধসমূহ