বিশ্বজুৰি ডাউন হ’ল ফেচবুক, ইনষ্টাগ্ৰাম...

বিশ্বজুৰি ডাউন হ’ল ফেচবুক, ইনষ্টাগ্ৰাম…

শুকুৰবাৰে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ বহু ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এই প্লেটফৰ্ম ডাউন হোৱাৰ অভিযোগ উত্থাপন কৰে। ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰাম কাৰিকৰী বিজুতিৰ বাবে ছাৰ্ভাৰ ডাউন হৈ পৰিছে। শুক্ৰবাৰে সন্ধিয়া হঠাতে মেটাৰ মুখ্য ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহ ডাউন হৈ পৰে। ব্যৱহাৰকাৰীসকলে স্ক্ৰলিং কৰা আৰু

শুকুৰবাৰে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ বহু ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এই প্লেটফৰ্ম ডাউন হোৱাৰ অভিযোগ উত্থাপন কৰে।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰাম কাৰিকৰী বিজুতিৰ বাবে ছাৰ্ভাৰ ডাউন হৈ পৰিছে। শুক্ৰবাৰে সন্ধিয়া হঠাতে মেটাৰ মুখ্য ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহ ডাউন হৈ পৰে। ব্যৱহাৰকাৰীসকলে স্ক্ৰলিং কৰা আৰু পোষ্ট কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে।

ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যৱহাৰকাৰীয়ে এই কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে। আবেলিৰ পৰাই ব্যৱহাৰকাৰীসকলে এই এপসমূহ ব্যৱহাৰ কৰা আৰু এক্সেছ কৰাৰ ক্ষেত্ৰত অসুবিধা পাইছে।

লগতে পঢ়ক: পৃথিৱীৰ দিশে ধাবমান মহাশক্তিশালী সৌৰ ধুমুহা : ভাৰতৰ আকাশতো দেখা যাব পাৰে অপূৰ্ব মেৰুপ্ৰভা!

শেহতীয়া প্ৰৱন্ধসমূহ