’২৬ ত ৰেকৰ্ড কৰি জয় লাভ কৰিম’; বিধানসভাৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য

’২৬ ত ৰেকৰ্ড কৰি জয় লাভ কৰিম’; বিধানসভাৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য

বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে ২৬ ত ৰেকৰ্ড কৰি জয় লাভ কৰিম বুলি উল্লেখ কৰিছে। খানাপাৰাত শুকুৰবাৰে অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ সভা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২৬ ত বিজেপিৰ

বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে ২৬ ত ৰেকৰ্ড কৰি জয় লাভ কৰিম বুলি উল্লেখ কৰিছে।

খানাপাৰাত শুকুৰবাৰে অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ সভা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২৬ ত বিজেপিৰ জয় নিশ্চিত। এইবাৰ আমি ৰেকৰ্ড কৰি জয়ী হ’ম।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, আমি যি বিচাৰিছো, প্ৰধানমন্ত্ৰী গৰাকীয়ে আমাক সকলো দিছে।প্ৰধানমন্ত্ৰীয়ে বিমান নামিব পৰা ঘাইপথ আমাক দিলে। ২৬ ত জয়ী হোৱাৰ পিছত ৫ লাখ বিঘা মাটিত উচ্ছেদ চলাম। লগতে ২ লাখ নিবনুৱাক চাকৰিও দিম।    

লগতে পঢ়ক: বাংলাদেশলৈ যাব নেকি প্ৰধানমন্ত্ৰী মোদী? তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত নিমন্ত্ৰণৰ সম্ভাৱনা

শেহতীয়া প্ৰৱন্ধসমূহ