কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গক? ৪ টা বাকচত আছে ৰহস্যজনক তথ্য

কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গক? SIT ৰ ৪ টা বাকচত আছে ৰহস্যজনক তথ্য  

CJM আদালতত আজি SIT এ দাখিল কৰিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ তদন্তৰ অভিযোগনামা। কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক? সেই প্ৰশ্নৰ যেন অন্ত পৰিব আজি। প্ৰায় ৩ মাহ জোৰা তদন্তৰ অন্তত আজি চি জে এম আদালতত SIT এ দাখিল কৰিব জুবিন

CJM আদালতত আজি SIT এ দাখিল কৰিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ তদন্তৰ অভিযোগনামা।

কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক? সেই প্ৰশ্নৰ যেন অন্ত পৰিব আজি। প্ৰায় ৩ মাহ জোৰা তদন্তৰ অন্তত আজি চি জে এম আদালতত SIT এ দাখিল কৰিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ তদন্তৰ অভিযোগনামা।

প্ৰায় ৩৫০০পৃষ্ঠা জোৰা এই অভিযোগনামা ৪টাকৈ বাকচত লৈ আদালতত উপসস্থিত হৈছে এছ আই টি ৰ দলটো।এই চাৰ্জশ্বীটত কাৰ ভুলৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হ’ল তাৰ পুংখানুপুংখভাৱে তথ্যসহ বিৱৰণ দিয়া হৈছে।

ইয়াত দুই শতাধিক লোক সাক্ষ্য সন্নিৱিষ্ট কৰা হৈছে। আদালতত এই চাৰ্জশ্বীট দাখিল কৰাৰ পিছতেই অৱসান ঘটিব তিনিমাহজোৰা উৎকণ্ঠাৰ।

লগতে পঢ়ক: অপেক্ষা মাত্ৰ কেইটামান ঘণ্টা; কাইলৈ দিনৰ ১১ বজাত দাখিল হ’ব জুবিন হত্যাৰ চাৰ্জশ্বীট

শেহতীয়া প্ৰৱন্ধসমূহ