সত্ৰৰ বেদখলী ভূমি আহিব সত্ৰ বোৰ্ডৰ অধীনলৈ
-ৰাজ্যৰ সত্ৰ সমূহৰ লাখ লাখ বিঘা ভূমিক লৈ চৰকাৰৰ বৃহৎ পদক্ষেপ
-সত্ৰৰ বেদখলী ভূমি আহিব সত্ৰ বোৰ্ডৰ অধীনলৈ
-বেদখলীকৃত ভূমি উদ্ধাৰৰ বাবে এই পদক্ষেপ চৰকাৰৰ
-সত্ৰভূমি সংৰক্ষণৰ বাবে চৰকাৰে গঠন কৰিছে এই বোৰ্ড
-এই বোৰ্ডে সত্ৰৰ ভূমি সংৰক্ষণ কৰিব
-শীঘ্ৰেই বিধান সভাত উত্থাপন হ’ব অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ বিধেয়ক ২০২৫
-এই বোৰ্ডৰ থাকিব দেৱানী আদালতৰ ক্ষমতা
লগতে পঢ়ক : ‘আপোনালোকে মোৰ শক্তি’; সমাধিস্থলীত গৰিমা শইকীয়া গাৰ্গ আৱেগিক মন্তব্য









