ভাইৰেল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

ভাইৰেল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন : কি ক’লে এছ আই টিৰ মুৰব্বীয়ে ?

ভাইৰেল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন -সামাজিক মাধ্যমত ভাইৰেল জুবিন গাৰ্গৰ ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন -সামাজিক মাধ্যমত ওলোৱা পোষ্টমৰ্টেম ৰিপোৰ্ট ভুৱা -ভুৱা প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব ব্যৱস্থা -SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ডাঙৰ মন্তব্য -সামাজিক মাধ্যমত এখন ভুৱা পোষ্টমৰ্টেম ৰিপোৰ্ট প্ৰচাৰ হৈ আছে

ভাইৰেল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

-সামাজিক মাধ্যমত ভাইৰেল জুবিন গাৰ্গৰ ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

-সামাজিক মাধ্যমত ওলোৱা পোষ্টমৰ্টেম ৰিপোৰ্ট ভুৱা

-ভুৱা প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব ব্যৱস্থা

-SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ডাঙৰ মন্তব্য

-সামাজিক মাধ্যমত এখন ভুৱা পোষ্টমৰ্টেম ৰিপোৰ্ট প্ৰচাৰ হৈ আছে

-SITৰ হাতত থকা পোষ্টমৰ্টেম ৰিপোৰ্টৰ সৈতে সেইখনৰ মিল নাই

-প্ৰচাৰ হৈ থকা পোষ্টমৰ্টেম ৰিপোৰ্টত নাই চিকিৎসকৰ চহী

-ভুৱা পোষ্টমৰ্টেম ৰিপোৰ্ট প্ৰচাৰ কৰা সকল সাৱধান

লগতে পঢ়ক : জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি ছীল