জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ ফেক্টৰীত ওলমিল তলা
–জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি ছীল
-৮ ঘন্টীয়া দীঘলীয়া অভিযানৰ অন্তত ছীল কৰিলে সম্পত্তি
-জুবিনৰ অজ্ঞাতে গঢ়িছিল সিদ্ধাৰ্থ শৰ্মাই গঢ়িছিল বিশাল সম্পত্তি
-সিদ্ধাৰ্থৰ বটলিং ফেক্টৰীত SIT-এ অভিযান চলাই ছীল কৰি দিয়ে
-জুবিনক লুটিপুতি খাই চলাইছিল পানীৰ ফেক্টৰী
লগতে পঢ়ক : প্ৰসংগ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা; ১৩ গৰাকী বিশিষ্ট ব্যক্তিৰে আলোচনাত বহিব অসম আৰক্ষী









