আজি ঘোষণা কৰা হ’ব ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

আজি ঘোষণা কৰা হ’ব ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ ফলাফল । পুৱা ১১ বজাত এই ফলাফল ঘোষণা কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে । এই ফলাফলৰ জৰিয়তে অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ৫,০২৩ টা চতুৰ্থ বৰ্গৰ

চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

আজি ঘোষণা কৰা হ’ব ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ ফলাফল । পুৱা ১১ বজাত এই ফলাফল ঘোষণা কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে । এই ফলাফলৰ জৰিয়তে অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ৫,০২৩ টা চতুৰ্থ বৰ্গৰ পদ পূৰণ কৰা হ’ব ।

পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে www.sebaonline.org  আৰু  www.assam.gov.in এই দুটা ৱেবচাইটযোগে ১১ বজাৰ পৰা ফলাফল উপলব্ধ হ’ব । প্ৰাৰ্থীসকলে নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড প্ৰদান কৰি নিজৰ নিজৰ ফলাফল চাব পাৰিব ।

লগতে পঢ়ক : ১৫ অক্টোবৰত ঘোষণা কৰা হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

শেহতীয়া প্ৰৱন্ধসমূহ