সৰুসজাই

আজিও লোকাৰণ্য সৰুসজাই; প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ

আজিও লোকাৰণ্য সৰুসজাই আজিও সৰুসজাইত প্ৰাণৰ শিল্পী গৰাকীক চাবলৈ ভিৰ কৰিছে লাখ লাখ জনতাই। জুবিন বিহীন আজি চতুৰ্থ দিনত সৰুসজাইত অনুৰাগীয়ে কৰিছে ভিৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শেষবাৰৰ বাবে জুবিনক এবাৰ চাবলৈ বা শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে অগণন গুণমুদ্ধ।কাইলৈ সোণাপুৰত সম্পন্ন হ’ব জুবিনৰ শেষকৃত্য। তাৰ পূৰ্বে

আজিও লোকাৰণ্য সৰুসজাই

আজিও সৰুসজাইত প্ৰাণৰ শিল্পী গৰাকীক চাবলৈ ভিৰ কৰিছে লাখ লাখ জনতাই। জুবিন বিহীন আজি চতুৰ্থ দিনত সৰুসজাইত অনুৰাগীয়ে কৰিছে ভিৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শেষবাৰৰ বাবে জুবিনক এবাৰ চাবলৈ বা শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে অগণন গুণমুদ্ধ।কাইলৈ সোণাপুৰত সম্পন্ন হ’ব জুবিনৰ শেষকৃত্য।

তাৰ পূৰ্বে জুবিন গাৰ্গক শেষবাৰৰ বাবে হেঁপাহ পলোৱাই চাবলৈ আহিছে অসংখ্য লোক। অশ্ৰুশিক্ত নয়নেৰে জুবিনৰ পাৰ্থিৱ শৰীৰটোত মূৰ দোৱাই শেষ শ্ৰদ্ধা জনাইছে লাখ লাখ অনুৰাগীয়ে।  

লগতে পঢ়ক: পানীত ডুবি মৃত্যু হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ; ছিংগাপুৰ হাই কমিছনে দাখিল কৰিলে তথ্য

শেহতীয়া প্ৰৱন্ধসমূহ