১ এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল…

১ এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল…

-বহাগ বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ আহি গ’ল ভাল খবৰ -১ এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল -প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল -সাধাৰণৰ ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব ১ টকাকৈ -জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবেও ১টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল -বাণিজ্যিক গ্ৰাহকৰ বাবেও

-বহাগ বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ আহি গ’ল ভাল খবৰ

-১ এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল

-প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল

-সাধাৰণৰ ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব ১ টকাকৈ

-জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবেও ১টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল

-বাণিজ্যিক গ্ৰাহকৰ বাবেও কমাই দিয়া হৈছে বিদ্যুৎ মাচুল

-প্ৰতি ইউনিটত ২৫ পইচাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল

-সংবাদমেলযোগে ঘোষণা অসম বিদ্যুৎ নিয়ামক আয়োগৰ

শেহতীয়া প্ৰৱন্ধসমূহ