-অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা
-৩৭ লাখ হিতাধিকাৰীয়ে নতুনকৈ পাব অৰুণোদয়
-ফেব্ৰুৱাৰীত মাহত পাব অৰুণোদয় আঁচনিৰ ৫ হাজাৰ টকা
-অৰুণোদয় আঁচনিৰ ৪মাহৰ ধন একেলগে দিয়া হ’ব হিতাধাকীয়ে
-ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন
-নিৰ্বাচন আচৰণ বিধি বলবৎ হ’লে নাপাব পাৰে অৰুণোদয় ধন
-সেইবাবে একেলগে চাৰিমাহৰ অৰুণোদয় ধন দিব চৰকাৰে
-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা