ঘোটা খুৱাম বুলি কৈ খোৱালে মদ; মহানগৰীৰ হোটেলত যুৱতীক দলবদ্ধ ধৰ্ষণ

গুৱাহাটী মহানগৰীত এক জঘন্য কাণ্ড সংঘটিত হৈছে।মহানগৰীৰ এখন হোটেললৈ নি দুই যুৱকে ধৰ্ষণ কৰিলে কাৰ্বি আংলঙৰ এগৰাকী যুৱতীক।চন্দ্ৰন মহান্ত আৰু ৰোহন আলীয়ে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ। জানিব পৰা মতে এখন ৰেস্তোৰাঁত ২০ যুৱতী গৰাকীক লগ পাইছিল যুৱতীক।চন্দ্ৰন মহনত আৰু ৰোহন আলীয়ে। শিবৰাত্রীৰ দিনা ঘোটা খুৱাম

গুৱাহাটী মহানগৰীত এক জঘন্য কাণ্ড সংঘটিত হৈছে।মহানগৰীৰ এখন হোটেললৈ নি দুই যুৱকে ধৰ্ষণ কৰিলে  কাৰ্বি আংলঙৰ এগৰাকী যুৱতীক।চন্দ্ৰন মহান্ত আৰু  ৰোহন আলীয়ে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ।

জানিব পৰা মতে এখন ৰেস্তোৰাঁত ২০ যুৱতী গৰাকীক লগ পাইছিল যুৱতীক।চন্দ্ৰন মহনত আৰু  ৰোহন আলীয়ে। শিবৰাত্রীৰ দিনা ঘোটা খুৱাম বুলি কৈ মদ খুৱাইছিল যুৱতীগৰাকীক।

তাৰ পিছতে এখন হোটেললৈ নি দুই যুৱকে ধৰ্ষণ কৰে যুৱতীগৰাকীক।চন্দন মহান্ত আৰু ৰহন আলি ABC ৰ গ্ৰীল জংচনৰ স্বত্বাধিকাৰ আৰু কৰ্মচাৰী বুলি জানিব পৰা গৈছে। পিছত পল্টন বজাৰ আৰক্ষীয়ে অভিযান চলাই দুই লম্পটক আটক কৰে।

শেহতীয়া প্ৰৱন্ধসমূহ