-ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ কালৰূপ
-ধুমুহা, বৰষুণ বজ্ৰপাতত তচনচ বহু প্ৰান্ত
-উজনিৰ বিভিন্ন গ্ৰাম্যাঞ্চলত ধুমুহাত উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ
-ডিব্ৰুগড়ত গছ বাগৰি ধ্বংস বহুকেইটা ঘৰ
-হাহাকাৰ অৱস্থা বিভিন্ন প্ৰান্তত
-বহু ঠাইত ধুমুহাৰ ফলত বাগৰি পৰে গছ-গছনি, বিদ্যুতৰ খুঁটা
-যাতায়ত আৰু বিদ্যুত যোগান ব্যাহত বিভিন্ন প্ৰান্তত
-ডিব্ৰুগড়ত নিশাৰ পৰাই অব্যাহত আছে নেৰানেপেৰা বৰষুণ
-ধ্বংস সনত শইকীয়া, মংগলী কল, আঘোণী কল, পুতুলী কল মাঝিৰ বাসগৃহ
-প্ৰকাণ্ড গছ পৰাৰ বাবে সম্পূৰ্ণ ভাঙি চুৰ মাৰ হৈ পৰে ঘৰকেইটা
-এতিয়া পৰিয়াল কেইটাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে
