“মোৰ মৃত্যুত…”, শিল্পী মহেন্দ্ৰ হাজৰিকাৰৰ আৱেগিক পোষ্ট

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰীকাক চিনি নোপোৱা মানুহ হয়টো নোলাব। সেই মহেন্দ্ৰ হাজৰীকাই সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছে। তেওঁ অসমবাসীলৈ এটা আহ্বান জনাইছে। ফেচবুকত তেওঁ লিখিছে যে “মোৰ মৃত্যুত যেন প্ৰচাৰৰ মহোৎসৱ নহওক” । পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে ‘মোৰ কাম্য এই গীতিময়ী জীৱনৰ’।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰীকাক চিনি নোপোৱা মানুহ হয়টো নোলাব। সেই মহেন্দ্ৰ হাজৰীকাই সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছে। তেওঁ অসমবাসীলৈ এটা আহ্বান জনাইছে।

ফেচবুকত তেওঁ লিখিছে যে “মোৰ মৃত্যুত যেন প্ৰচাৰৰ মহোৎসৱ নহওক” । পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে ‘মোৰ কাম্য এই গীতিময়ী জীৱনৰ’। অৱশ্যে শিল্পী গৰাকীয়ে কি কাৰণত এই পোষ্টটো কৰিচে তাৰ কোনো উল্লেখ নাই।

শেহতীয়া প্ৰৱন্ধসমূহ