গো-মাংসৰে পিকনিক খাই আপলোড কৰিছিল ভিডিঅ’ ;  ৬ যুৱকক গ্ৰেপ্তাৰ

পিকনিকত গো মাংস খাই গ্ৰেপ্তাৰ হ’ল ৬জন যুৱক ৷ পিকনিক খাবলৈ গৈ গো-মাংস খাই ভিডিঅ’ আপলোড কৰিছিল সামাজিক মাধ্যমত৷ তাৰ পিচতে হাতীগাঁও থানাত যুৱক কেইজনৰ বিৰুদ্ধে ৰুজো হয় গোচৰ৷ গোচৰৰ ভিত্তিত হাতীগাঁও, গৰৈমাৰী, ছয়গাঁও, জোৰশিমুলী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱককেইজনক৷ ধৃত যুৱক ৬জন হৈছে—চাহিল

পিকনিকত গো মাংস খাই গ্ৰেপ্তাৰ হ’ল ৬জন যুৱক ৷ পিকনিক খাবলৈ গৈ গো-মাংস খাই ভিডিঅ’ আপলোড কৰিছিল সামাজিক মাধ্যমত৷ তাৰ পিচতে হাতীগাঁও থানাত যুৱক কেইজনৰ বিৰুদ্ধে ৰুজো হয় গোচৰ৷

গোচৰৰ ভিত্তিত হাতীগাঁও, গৰৈমাৰী, ছয়গাঁও, জোৰশিমুলী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱককেইজনক৷ ধৃত যুৱক ৬জন হৈছে—চাহিল খান, হাফিজুৰ ইছলাম,  ৰকিবুল হুছেইন, জাহিদুল ইছলাম, ইজাজ খান আৰু শ্বহিদুল ইছলাম৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ চৰ এখনত গো মাংসৰে পিকনিক খাইছিল যুৱককেইজনে৷তাৰ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল ধৃত যুৱক কেইজনে৷৷সামাজিক মাধ্যমত গো মাংসৰ ভিডিঅ’ দি ৰঙাঘৰলৈ ৬ যুৱক।  

শেহতীয়া প্ৰৱন্ধসমূহ