নিশা গুৱাহাটী মহানগৰীৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।
-নিশা মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড
–গুৱাহাটীৰ ভঙাগড়ৰSOHUM EMPORIAত অগ্নিকাণ্ড
-অট্টালিকাটোৰ আটাইকেইটা মহলা ছানি ধৰে জুইয়ে
-অট্টালিকাটোৰ ৬টাকৈ মহলাত অগ্নি সংযোগ হৈ ভয়ংকৰ পৰিস্থিতি
-ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা জ্বলি ভস্মীভূত
-প্ৰায় ১0 ৰ পৰা ১৫ খনকৈ অগ্নিনিৰ্বাপকবাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই
-এতিয়াও নিৰ্বাপন হোৱা নাই জুই
লগতে পঢ়ক : নাজিৰা সমজিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ বিতৰণ









