ADRE উত্তীৰ্ণ সকলৰ বাবে ভালখবৰ; নৱেম্বৰ মাহতে হ’ব নিযুক্তি

ADRE উত্তীৰ্ণ সকলৰ বাবে ভালখবৰ; নৱেম্বৰ মাহতে হ’ব নিযুক্তি

ADRE উত্তীৰ্ণ সকলৰ বাবে ভালখবৰ ADRE পৰীক্ষা উত্তীৰ্ণ সকলৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, নৱেম্বৰ মাহতে অসম আৰক্ষী কনিষ্টবলৰ নিযুক্তি পত্ৰ দিয়া হ’ব।তাৰ পিছতে আৰু ৪ হাজাৰ আৰক্ষী কনিষ্টবলৰ বিজ্ঞাপন দিয়া হ’ব। তেওঁ লগতে কয় যে, নৱেম্বৰৰ

ADRE উত্তীৰ্ণ সকলৰ বাবে ভালখবৰ

ADRE পৰীক্ষা উত্তীৰ্ণ সকলৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, নৱেম্বৰ মাহতে অসম আৰক্ষী কনিষ্টবলৰ নিযুক্তি পত্ৰ দিয়া হ’ব।তাৰ পিছতে আৰু ৪ হাজাৰ আৰক্ষী কনিষ্টবলৰ বিজ্ঞাপন দিয়া হ’ব।

তেওঁ লগতে কয় যে, নৱেম্বৰৰ শেষত অন্যথা ডিচেম্বৰ মাহৰ প্ৰথমভাগতে এডিআই ৩য় আৰু চতু্ৰ্থ বৰ্গৰ উত্তীৰ্ণসকলক নিযুক্তি দিয়া হ’ব।চাহ-বাগিছাৰ যুৱক-যুৱতীসকলকো নিযুক্তি পত্ৰ প্ৰদানৰ বাবে মতা হ’ব গুৱাহাটীলৈ।   

লগতে পঢ়ক: কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ