দিল্লী বিস্ফোৰণৰ অসমৰ ৫ সমৰ্থনকাৰীক গ্ৰেপ্তাৰ

অসমত দিল্লী বিস্ফোৰণৰ পাঁচ সমৰ্থনকাৰী গ্ৰেপ্তাৰ

দিল্লী বিস্ফোৰণৰ অসমৰ ৫ সমৰ্থনকাৰীক গ্ৰেপ্তাৰ -দিল্লী কাণ্ডৰ অসমৰ পাঁচ সমৰ্থকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ -আনলাইন মাধ্যমত এইসকল ব্যক্তিয়ে কৰিছিল আপত্তিজনক আৰু উচটনিমূলক মন্তব্য -গ্ৰেপ্তাৰ দৰঙৰ মতিউৰ ৰহমান, গোৱালপাৰাৰ হাছান আলী মণ্ডল -গ্ৰেপ্তাৰ চিৰাঙৰ আব্দুল লতিফ, কামৰূপৰ ৱাজহুল কামাল, বঙাইগাঁৱৰ নূৰ আমিন আহমেদ -গ্ৰেপ্তাৰ হোৱা আটাইকেইটাই দিল্লী

দিল্লী বিস্ফোৰণৰ অসমৰ ৫ সমৰ্থনকাৰীক গ্ৰেপ্তাৰ

-দিল্লী কাণ্ডৰ অসমৰ পাঁচ সমৰ্থকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

-আনলাইন মাধ্যমত এইসকল ব্যক্তিয়ে কৰিছিল আপত্তিজনক আৰু উচটনিমূলক মন্তব্য

-গ্ৰেপ্তাৰ দৰঙৰ মতিউৰ ৰহমান, গোৱালপাৰাৰ হাছান আলী মণ্ডল

-গ্ৰেপ্তাৰ চিৰাঙৰ আব্দুল লতিফ, কামৰূপৰ ৱাজহুল কামাল, বঙাইগাঁৱৰ নূৰ আমিন আহমেদ

-গ্ৰেপ্তাৰ হোৱা আটাইকেইটাই দিল্লী বিস্ফোৰণ সন্দৰ্ভত কৰিছিল আপত্তিজনক মন্তব্য

-সামাজিক মাধ্যমত ঘৃণা বিয়পোৱাৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

-সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

-মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান

লগতে পঢ়ক : বহুবিবাহ কৰিলেই জেল নিশ্চিত! ২৫নৱেম্বৰত উত্থাপন হ’ব বিধেয়ক