পুনৰ ভূমিকম্পই জোকাৰিলে ৰাজ্যপুনৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

পুনৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

কিছু সময় পূৰ্বে ভূমিকম্পই জোকাৰি যায় ৰাজ্যৰ কইবাটাও প্ৰান্ত ৰাজ্যত পুনৰ ভূমিকম্পন জোকাৰণি । বৃহস্পতিবাৰে কিছু সময় পূৰ্বে ভূমিকম্পই জোকাৰি যায় ৰাজ্যৰ কইবাটাও প্ৰান্ত । জানিব পৰা মতে হোজাইৰ পৰা ২৮ কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ । ৯.১০ বজাত অনুভূত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ

কিছু সময় পূৰ্বে ভূমিকম্পই জোকাৰি যায় ৰাজ্যৰ কইবাটাও প্ৰান্ত

ৰাজ্যত পুনৰ ভূমিকম্পন জোকাৰণি । বৃহস্পতিবাৰে কিছু সময় পূৰ্বে ভূমিকম্পই জোকাৰি যায় ৰাজ্যৰ কইবাটাও প্ৰান্ত । জানিব পৰা মতে হোজাইৰ পৰা ২৮ কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ । ৯.১০ বজাত অনুভূত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.২ ৰেকৰ্ড কৰা হৈছে ।

জানিব পৰা মতে নগাঁও, মৰিগাওঁ, শ্ৰীভূমি, ৰপহীহাট, ৰামকৃষ্ণনগৰ, জুৰীয়া, লংকা, হাইলাকান্দি, উমৰাংচু, খেৰণি, টংলা, কলিয়াবৰ আদিত এই ভূমিকম্পৰ কম্পন অনুভূত হয় । অৱশ্যে বাতৰি লিখাৰ পৰলৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই । অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

লগতে পঢ়ক : স্কুল বেগৰ বোজাক লৈ ডাঙৰ সিদ্ধান্ত; ৫ কেজিৰ অধিক হ’ব নোৱাৰিব বেগৰ ওজন

শেহতীয়া প্ৰৱন্ধসমূহ