দিল্লী আৰক্ষীৰ বিশেষ কোষৰ সফলতা
দিল্লী আৰক্ষীৰ বিশেষ কোষে বৃহৎ সফলতা অৰ্জন কৰিছে।lতেওঁলোকে তিনিজনতকৈও অধিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে।
বিশেষ কোষে পাকিস্তান সমৰ্থিত গেংষ্টাৰৰ আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সন্ত্ৰাসবাদীৰ মডিউল পোহৰলৈ আনিছে।
এই মডিউলৰ নেতা হৈছে শ্বাহজাদ ভাট্টি,যিয়ে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ নিৰ্দেশত কাম কৰি আছিল।
আৰক্ষীয়ে তিনিজনতকৈ অধিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে।মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, আৰু পঞ্জাৱৰ পৰা এই সন্ত্ৰাসবাদী কেইজনক গ্ৰেপ্তাৰ কৰিছে।
লগতে পঢ়ক: ‘ভাৰতীয় নৌসেনাত আইএনএছ মাহে…’; ‘মন কি বাত’ৰ জৰিয়তে দেশবাশীক ভাল খবৰ দিলে প্ৰধানমন্ত্ৰীয়ে









