মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ ভাস্কৰজ্যোতি মহন্তৰ
-শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ ।
-ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ ভাস্কৰজ্যোতি মহন্তৰ ।
-ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন ।
-RTI আবেদনলৈ চাই পদত্যাগৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ।
-মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ ।
-ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভাস্কৰজ্যোতি মহন্তৰ
লগতে পঢ়ক : বিহাৰ নিৰ্বাচনঃ প্ৰথম পৰ্যায়ত বন্দী হ’ব ১৪গৰাকী মন্ত্ৰীৰ ভাগ্য









