আম আদমি পাৰ্টীয়ে ঘোষণা কৰিলে ১৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা

আম আদমি পাৰ্টীয়ে ঘোষণা কৰিলে ১৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা

আম আদমি পাৰ্টীয়ে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ১৪ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে (AAP) ২৬ মাৰ্চত আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ১৪ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে । ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ বাবে এই প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে দলটোৱে ।

আম আদমি পাৰ্টীয়ে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ১৪ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে

আম আদমি পাৰ্টীয়ে (AAP) ২৬ মাৰ্চত আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ১৪ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে । ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ বাবে এই প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে দলটোৱে ।

দলটোৱে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি নাওবৈচা, দেৰগাঁওhttps://en.wikipedia.org/wiki/Dergaon, গহপুৰ, মধ্য গুৱাহাটী আৰু শিৱসাগৰৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে ।

দলটোৱে ঘোষণা কৰা প্ৰাৰ্থীসকল :

  • নাওবৈচা: অচ্যুত দাস
  • দেৰগাঁও: পুলিন গগৈ
  • গহপুৰ: জৰবম কুটুম
  • মধ্য গুৱাহাটী: অনুৰূপা ডেকাৰাজা
  • খুমটাই: আশীষ হাজৰিকা
  • শিৱসাগৰ: তপন গগৈ
  • ৰঙানদী: টিকেন্দ্ৰ থাপা
  • চেঙা: জাহিদুল ইছলাম খান
  • নদুৱাৰ: ৰঞ্জিত বড়ো
  • তিতাবৰ: পল্লৱ শইকীয়া
  • পূব গোৱালপাৰা: জিন্না আমিৰ হুছেইন
  • ৰহা: বৰুণ বিকাশ দাস
  • বোকাজান: মেনুকা তিমুংপি
  • বিশ্বনাথ: অনন্ত গগৈ

লগতে পঢ়ক : আজিয়ে ঘোষণা হ’ব পাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন

শেহতীয়া প্ৰৱন্ধসমূহ