ভয়ংকৰ; নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাহন

ভয়ংকৰ; নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাহন

এক শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য। পুৱতি নিশা লখিমপুৰৰ পৰা অৰুণাচলৰ চেপালৈ গৈছিল ৫ গৰাকী যুৱক। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা তললৈ বাগৰি পৰিল যাত্ৰীবাহী বাহনখন। অৰুণাচলৰ চেপাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা কেইবাফুট তললৈ বাগৰি পৰিল যাত্ৰীবাহী বাহনখন। দুৰ্ঘটনাটোৰ

এক শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য। পুৱতি নিশা লখিমপুৰৰ পৰা অৰুণাচলৰ চেপালৈ গৈছিল ৫ গৰাকী যুৱক। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা তললৈ বাগৰি পৰিল যাত্ৰীবাহী বাহনখন।

অৰুণাচলৰ চেপাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা কেইবাফুট তললৈ বাগৰি পৰিল যাত্ৰীবাহী বাহনখন। দুৰ্ঘটনাটোৰ ফলত অসমৰ ৫ যুৱকৰ মৃত্যু হৈছে। নিহত আটাইকেইগৰাকী লখিমপুৰৰ নাওবৈচাৰ বুলি জানিব পৰা গৈছে।

নিহতকেইজন বুলবুল আলী, নূৰ হুছেইন, ছইদুল ইছলাম। আবুল হুছেইন আৰু আমজাদ আলী নিহত।কামৰ বাবে লখিমপুৰৰ পৰা অৰুণাচললৈ গৈছিল যুৱক কেইগৰাকী।৫ গৰাকীকৈ যুৱকৰ কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক: পুনৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

শেহতীয়া প্ৰৱন্ধসমূহ