নিশা মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, এতিয়াও নিৰ্বাপন হোৱা নাই জুই

নিশা মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, এতিয়াও নিৰ্বাপন হোৱা নাই জুই

নিশা গুৱাহাটী মহানগৰীৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । -নিশা মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড –গুৱাহাটীৰ ভঙাগড়ৰSOHUM EMPORIAত অগ্নিকাণ্ড -অট্টালিকাটোৰ আটাইকেইটা মহলা ছানি ধৰে জুইয়ে -অট্টালিকাটোৰ ৬টাকৈ মহলাত অগ্নি সংযোগ হৈ ভয়ংকৰ পৰিস্থিতি -ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা জ্বলি ভস্মীভূত -প্ৰায় ১0 ৰ পৰা ১৫

নিশা গুৱাহাটী মহানগৰীৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।

-নিশা মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড

গুৱাহাটীৰ ভঙাগড়ৰSOHUM EMPORIAত অগ্নিকাণ্ড

-অট্টালিকাটোৰ আটাইকেইটা মহলা ছানি ধৰে জুইয়ে

-অট্টালিকাটোৰ ৬টাকৈ মহলাত অগ্নি সংযোগ হৈ ভয়ংকৰ পৰিস্থিতি

-ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা জ্বলি ভস্মীভূত

-প্ৰায় ১0 ৰ পৰা ১৫ খনকৈ অগ্নিনিৰ্বাপকবাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই

-এতিয়াও নিৰ্বাপন হোৱা নাই জুই

লগতে পঢ়ক : নাজিৰা সমজিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ বিতৰণ

শেহতীয়া প্ৰৱন্ধসমূহ