আল-ফালাহ বিশ্ববিদ্যালয়লৈ মোক্ষম আঘাট; AIU এ বাতিল কৰিলে সদস্যপদ

আল-ফালাহ বিশ্ববিদ্যালয়লৈ মোক্ষম আঘাত; AIU এ বাতিল কৰিলে সদস্যপদ

আল-ফালাহ বিশ্ববিদ্যালয়লৈ মোক্ষম আঘাত সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত এক ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছিল।এই ঘটনাত এতিয়ালৈকে ১৩ জন লোকৰ মৃত্যু হৈছে। এই ঘটনাত ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ নামো পোহৰলৈ আহিছে।এতিয়া খবৰ আহিছে যে এই বিশ্ববিদ্যালয়ৰ সদস্যপদ বাতিল কৰা হৈছে। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বিশ্ববিদ্যালয়খনৰ সদস্যপদ বাতিল

আল-ফালাহ বিশ্ববিদ্যালয়লৈ মোক্ষম আঘাত

সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত এক ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছিল।এই ঘটনাত এতিয়ালৈকে ১৩ জন লোকৰ মৃত্যু হৈছে।

এই ঘটনাত ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ নামো পোহৰলৈ আহিছে।এতিয়া খবৰ আহিছে যে এই বিশ্ববিদ্যালয়ৰ সদস্যপদ বাতিল কৰা হৈছে।

তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বিশ্ববিদ্যালয়খনৰ সদস্যপদ বাতিল কৰিছে ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাই।ইয়াৰ আঁৰৰ কাৰণ বিশ্ববিদ্যালয়খনৰ দুৰ্বল অৱস্থা বুলি কোৱা হয়।

বিশ্ববিদ্যালয় খনৰ পৰিস্থিতি ভাল নহয় বুলি এআইইউৰ দৃষ্টিগোচৰ হৈছে।এনে পৰিস্থিতিত বিশ্ববিদ্যালয় খনক দিয়া এ আই ইউৰ সদস্যপদ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হয়।

ইয়াৰ দ্বাৰা জনোৱা হৈছে যে বিশ্ববিদ্যালয়খনে আৰু কোনো কামত এআইইউৰ নাম আৰু ল’গ’ ব্যৱহাৰ কৰিব নোৱাৰিব।বিশ্ববিদ্যালয়খনৰ অফিচিয়েল ৱেবছাইটৰ পৰাও এআইইউৰ ল’গ’ আঁতৰাব লাগিব।

লগতে পঢ়ক: এগজিট পোল আৰু অপিনিয়ন পোলৰ পাৰ্থক্য কি ? জানক এই সমীক্ষাৰ নিয়ম কি ?

শেহতীয়া প্ৰৱন্ধসমূহ