‘ৰৈ ৰৈ বিনালে'ৰ পাইৰেছী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ’; মুখ্যমন্ত্ৰী

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেছী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ’; মুখ্যমন্ত্ৰী

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ’ ৰাজ্যৰ সকলো ছবিগৃহতে সগৌৰৱে চলি আছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। কিন্তু তাৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে ছবিখন মোবাইলত ৰেকৰ্ড কৰি ইউটিউবত দিছে। এই পাইৰেচীক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ’

ৰাজ্যৰ সকলো ছবিগৃহতে সগৌৰৱে চলি আছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। কিন্তু তাৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে ছবিখন মোবাইলত ৰেকৰ্ড কৰি ইউটিউবত দিছে।

এই পাইৰেচীক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেছী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ।

পাইৰেচী কৰা সকল বিপদত পৰিব।দোষীক কঠোৰ পৰা শাস্তি প্ৰদান কৰা হ’ব।এইক্ষেত্ৰত চৰকাৰ অতিকৈ চিন্তিত। আৰক্ষী সকলকো কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।  

তেওঁ লগতে অসমৰ ৰাইজকো পাইৰেচী নকৰিবলৈ আহ্বান জনাইছে।যদি কোনোৱে এই কাম কৰা বুলি গম পায় তেনেহলে স্থানীয় থানাত খবৰ দিবলৈও আহ্বান জনাইছে।

লগতে পঢ়ক: ‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতিগৰাকী বাচ্চা হৈ আছে, তেওঁ ৰাজনীতি বুজি নাপায়’; মুখ্যমন্ত্ৰী