‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি বাচ্চা হৈ আছে, তেওঁ ৰাজনীতি বুজি নাপায়’; মুখ্যমন্ত্ৰী

‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি বাচ্চা হৈ আছে, তেওঁ ৰাজনীতি বুজি নাপায়’; মুখ্যমন্ত্ৰী

‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি বাচ্চা হৈ আছে, তেওঁ ৰাজনীতি বুজি নাপায়’ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে।কংগ্ৰেছত যোগদানক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কটাক্ষ কৰি কয় যে, ‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৰাকীয়ে ৰাজনীতি বুজি নাপায়।’ ‘কাৰণ তেওঁ এতিয়া বাচ্চা হৈ আছে।তেওঁ ৰাজনীতি

‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি বাচ্চা হৈ আছে, তেওঁ ৰাজনীতি বুজি নাপায়’

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে।কংগ্ৰেছত যোগদানক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কটাক্ষ কৰি কয় যে, ‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৰাকীয়ে ৰাজনীতি বুজি নাপায়।’

‘কাৰণ তেওঁ এতিয়া বাচ্চা হৈ আছে।তেওঁ ৰাজনীতি বুজি নাপায় কাৰণে এনেধৰণৰ সৰু ল’ৰাৰ দৰে কাম কৰি থাকে।’

তেওঁ লগতে কয় যে, ‘যোগদান কাৰ্যসূচী কাক কয় সেই কথা কংগ্ৰেছে নাজানে।এনেকৈ ৰাজনীতি নহয়।’  

লগতে পঢ়ক: ‘কোৰানৰ শপত খাই কওঁ যে…’; বিজেপিৰ সৈতে মিত্ৰতাৰ দাবী অস্বীকাৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ