ভাৰতীয় কন্যাই ৰচিলে ইতিহাস; প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল

ভাৰতীয় কন্যাই ৰচিলে ইতিহাস; প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল

ভাৰতীয় কন্যাই ৰচিলে ইতিহাস নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰতৰ কন্যাই ৰচিলে ইতিহাস। দেশবাসীৰ মুখত বিশ্বজয়ৰ অনন্য গৌৰৱৰ হাঁহি বিৰিঙাই ভাৰতীয় মহিলা ক্ৰিকেট দলে জিনিলে এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ। এক আৱেগিক মুহূৰ্ত! সুদীৰ্ঘ ২৫ বছৰৰ অন্তত ICC এদিনীয়া মহিলা বিশ্বকাপৰ চেম্পিয়নছ হ’ল ভাৰত।

ভাৰতীয় কন্যাই ৰচিলে ইতিহাস

নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰতৰ কন্যাই ৰচিলে ইতিহাস। দেশবাসীৰ মুখত বিশ্বজয়ৰ অনন্য গৌৰৱৰ হাঁহি বিৰিঙাই ভাৰতীয় মহিলা ক্ৰিকেট দলে জিনিলে এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ।

এক আৱেগিক মুহূৰ্ত! সুদীৰ্ঘ ২৫ বছৰৰ অন্তত ICC এদিনীয়া মহিলা বিশ্বকাপৰ চেম্পিয়নছ হ’ল ভাৰত। এই মেচত টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰাৰ সুযোগ লাভ কৰি ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৯৮ ৰান সংগ্ৰহ কৰিছিল।

ইয়াৰ উত্তৰত আফ্ৰিকান দলটোৱে এই মেচখনত ২৪৬ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল।এই খেলখনত ভাৰতৰ হৈ শ্বাফলী ভাৰ্মা আৰু দীপ্তি শৰ্মাই অৰ্ধশতক অৰ্জন কৰে।

লগতে পঢ়ক: BCCI ৰ ডাঙৰ সিদ্ধান্ত;T-20 দলৰ পৰা ৰিলিজ কৰি দিলে কুলদীপ যাদৱক…