মন গ’লেই যাব নোৱাৰিব জুবিন গাৰ্গ ক্ষেত্ৰলৈঃ জাৰি হ’ল নিয়মাৱলী

জুবিন গাৰ্গ ক্ষেত্ৰক লৈ জাৰি হ’ল নিয়মাৱলী –জুবিন গাৰ্গ ক্ষেত্ৰক লৈ জাৰি হ’ল sop -দৰ্শনাৰ্থীৰ বাবে পুৱা ৬বজাৰ পৰা ১০বজালৈ খোলা থাকিব ক্ষেত্ৰ -কোনো ধৰণৰ সুৰাপান, গুটখা আদি সেৱন কৰিব নোৱাৰিব -জুবিন ক্ষেত্ৰৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনাৱলী -সুৰাপান কৰি সোমাব নোৱাৰিব সমাধিক্ষেত্ৰত -জিলা প্ৰশাসনে

জুবিন গাৰ্গ ক্ষেত্ৰক লৈ জাৰি হ’ল নিয়মাৱলী

জুবিন গাৰ্গ ক্ষেত্ৰক লৈ জাৰি হ’ল sop

-দৰ্শনাৰ্থীৰ বাবে পুৱা ৬বজাৰ পৰা ১০বজালৈ  খোলা থাকিব ক্ষেত্ৰ

-কোনো ধৰণৰ সুৰাপান, গুটখা আদি সেৱন কৰিব নোৱাৰিব

-জুবিন ক্ষেত্ৰৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনাৱলী

-সুৰাপান কৰি সোমাব নোৱাৰিব সমাধিক্ষেত্ৰত

-জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনাৱলী

-নিশা ১০বজাৰ পিছত প্ৰৱেশ কৰিব নোৱাৰিব জুবিন ক্ষেত্ৰত

-জুবিন ক্ষেত্ৰৰ সমীপত সুৰা বিক্ৰী, সুৰা পৰিৱেশন, সুৰাপান নিষিদ্ধ

-আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটতো জুবিন ক্ষেত্ৰক লৈ হৈছিল গুৰুত্বপূৰ্ণ আলোচনা

লগতে পঢ়ক : জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা